বৰ অম্ৰবৰ আই

বৰ অসম (Assamese) [ Roman: bor o.xom]
Contributed by: Partha P Sarmah on 2008-04-25
1. (Proper Noun-Feminine) the undevided Assam which once included the six other states of the present North-East India (Arunachal, Manipur, Meghalaya, Mizoram, Nagaland and Tripura)excluding Sikkim. Before the present political division, all these states were districts of Assam. এসময়ৰ অবিভক্ত ডাঙৰ অসম৷ বৰ্তমান উত্তৰ পূব ভাৰতৰ ছয়খন অংগ ৰাজ্য এসময়ত ডাঙৰ অসমৰ একো একোখন জিলা আছিল৷ আকাৰত এতিয়াৰ অসমতকৈ অবিভক্ত অসমখন যথেষ্ট ডাঙৰ হোৱাৰ বাবে তেতিয়াৰ অসমখন বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়৷
Assamese: বৰ অসম